सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : তেলৰ নিচিনা চিকটিয়া থকা
उदाहरणे : তেলেতীয়া ছালত ওপৰত অধিক শালমন ওলায়
समानार्थी : তেলযুক্ত, তেলেতীয়া
अर्थ : তেলযুক্ত বা তেল সম্বন্ধীয়
उदाहरणे : তেলীয়া বস্তু খালে শৰীৰত মেদ বাঢ়ে
अर्थ : যʼত তেল আছে বা যʼৰ পৰা তেল নিষ্কাশন কৰিব পাৰি
उदाहरणे : সৰিয়হৰ গুটি তেলীয়া
स्थापित करा