सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পেট ভৰাই খোৱা অৱস্থা বা ভাব
उदाहरणे : আজি ভিক্ষাৰীৰ তৃপ্তি তাৰ চেহেৰাত জিলিকি আছে
अर्थ : তৃপ্ত হোৱাৰ অৱস্থা বা ভাব
उदाहरणे : বুদ্ধই জ্ঞানপ্রাপ্তিৰ পিছত তৃপ্তি লভিলে
समानार्थी : পৰিতুষ্টি, পৰিতৃপ্তি, পৰিতোষ, সন্তুষ্টি, সন্তোষ
स्थापित करा