पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তুর্কী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তুর্কী   বিশেষ্য

अर्थ : তুর্কিস্তানৰ অধিবাসী

उदाहरणे : তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল

समानार्थी : তুর্কীস্তান বাসী, তুর্কীস্তান-বাসী

अर्थ : তুর্কিস্তানৰ ভাষা

उदाहरणे : তেওঁ ঘৰত তুর্কী কʼব পাৰে

समानार्थी : তুর্কী ভাষা, তুর্কী-ভাষা

তুর্কী   বিশেষণ

अर्थ : তুর্কী ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা

उदाहरणे : শিক্ষাগুৰুৱে তুর্কী ্বর্ণৰ বিষয়ে বুজাই আছে

अर्थ : তুর্কীস্তানৰ বা তুর্কীস্তানৰ সৈতে সম্বন্ধ থকা

उदाहरणे : এই তুর্কী টুপিটো তুমি কʼত পালা

अर्थ : তুর্কিস্তানত বসবাস কৰোতা

उदाहरणे : ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে

समानार्थी : তুর্কীস্তান বাসী, তুর্কীস্তানী

चौपाल