सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সাধাৰণতকৈ উচ্চ
उदाहरणे : লʼৰা-ছোৱালীয়ে তীব্র স্বৰত গাই আছিল
समानार्थी : ্তাঁৰ
अर्थ : বেগী বা প্রখৰ...
उदाहरणे : এই কামটো কৰিবলৈ তীক্ষ্ণ বুদ্ধিৰ প্রয়োজন
समानार्थी : চোকা, তীক্ষ্ণ, প্রখৰ, সুতীক্ষ্ণ
अर्थ : জোৰকৈ
उदाहरणे : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম
समानार्थी : উৎকট, জোৰ, প্রচণ্ড, প্রৱল
अर्थ : যʼত তীব্রতা আছে
उदाहरणे : তেওঁ তীব্র গতিৰে নিজৰ গন্তব্য স্থানলৈ গৈ আছিল
समानार्थी : দ্রুত
स्थापित करा