पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তিৰী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তিৰী   বিশেষ্য

अर्थ : কাৰোবাৰ বিবাহিতা নাৰী:তেওঁৰ দৰে তেওঁৰ পত্নীগৰাকীও বিদূষী শ্যামৰ ঘৈণীয়েক কামত বৰ পাকৈত

उदाहरणे :

समानार्थी : অর্ধাংগিনী, গৃহলক্ষ্মী, গৃহিনী, ঘৈণী, জীৱন-লগৰী, জীৱন-সঙ্গিনী, তিৰোতা, দাৰা, পত্নী, পৰিবাৰ, বধু, ভার্যা, সধর্মিনী, সহধর্মিনী, স্ত্রী, ্ ধর্মপত্নী

अर्थ : মানৱ জাতিক ভাগ কৰা দুটা ভাগৰ যিটো ভাগে গর্ভধ্াৰণ কৰি সন্তান জন্ম দিব পাৰে:আজিকালি মহিলাই সকলো ক্ষেত্রতে পুৰুষৰ সমানে সমানে কাম কৰিছে

उदाहरणे :

समानार्थी : অবলা, তিৰোতা, নাৰী, মহিলা, মাইকী, মানৱী, স্ত্রী

चौपाल