पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তিৰস্কাৰ কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তিৰস্কাৰ কৰা   ক্ৰিয়া

अर्थ : কাৰোবাক বেয়া কথা কোৱা

उदाहरणे : তেওঁ ্ আধা ঘণ্টা ধৰি গালি পাৰি আছে

समानार्थी : কটুক্তি কৰা, গালি দিয়া, গালি পৰা, বকা, বকি থকা, বিতণ্ডা কৰা, বি্কর্থ্্না কৰা, লণ্ডাটিকা কৰা

अर्थ : কাৰোবাৰ মান-সন্মান বা প্রতিষ্ঠাত হানি হোৱাকৈ কৰা কাম বা কথা

उदाहरणे : তেওঁ ্ মোক সকলোৰে সন্মুখত অপমান কৰিলে

समानार्थी : অনাদৰ কৰা, অপমান কৰা, অপমানিত কৰা

अर्थ : অৱজ্ঞা বা তিৰস্কাৰপূর্বক ্কোনো টান কথা কোৱা

उदाहरणे : শ্যামে টকা বিচৰাত দেউতাকে তেওঁক তিৰস্কাৰ কৰিলে

चौपाल