अर्थ : গালি পৰা কার্য ্বা ভাব
उदाहरणे :
পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল
समानार्थी : অপযশ, অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি
अर्थ : কোনো অনুচিত কার্যৰ ্কাৰণে ভাল-বেয়াৰ বাচ-বিচাৰ নকৰাকৈ কোনো কথা কৈ দিয়া কার্য
उदाहरणे :
ৰজাই পলায়ন কৰিব বিচৰা সৈনিকক ভৎর্স্্না কৰিলে
समानार्थी : ভৎর্স্্না