अर्थ : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়
उदाहरणे :
তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে
अर्थ : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ
उदाहरणे :
তেওঁৰ ্ গালত কʼলা তিল আছে
अर्थ : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন
उदाहरणे :
সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে
समानार्थी : বিউটি স্পট
अर्थ : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়
उदाहरणे :
তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়