पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তিব্বতী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তিব্বতী   বিশেষ্য

अर्थ : তিব্বতৰ ভাষা

उदाहरणे : অসমীয়া ভাষাৰ ওপৰত তিব্বতী ভাষাৰ প্রভাৱ পৰিছে

समानार्थी : তিব্বতী ভাষা

अर्थ : তিব্বতৰ অধিবাসী

उदाहरणे : তিব্বতীসকল বহুত উদ্যমী

তিব্বতী   বিশেষণ

अर्थ : তিব্বতত থকা বা বসতি কৰা

उदाहरणे : তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল

अर्थ : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरणे : তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়

अर्थ : তিব্বতৰ বা তিব্বত সম্বন্ধীয়

उदाहरणे : তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল

चौपाल