अर्थ : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু দুগুণ অধিক মাত্রাৰ এক পৰিমাণ
उदाहरणे :
তিনিৰ তিনিগুণ ন
अर्थ : দুগুণতকৈ আৰু এগুণ বেছি
उदाहरणे :
যোৱা কিছু বছৰত তিনিগুণ মূল্যবৃদ্ধি হʼল
अर्थ : যিমান আছে তাতকৈ আৰু দুগুণ বেছি
उदाहरणे :
প্রতি বছৰৰ তুলনাত এই বছৰত তিনিগুণ বেছি শস্য উৎপাদন হৈছে
समानार्थी : তিনি গুণ