पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তিথি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তিথি   বিশেষ্য

अर्थ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

उदाहरणे : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

समानार्थी : দিৱস, বার্ষিকী, ্পর্ব

अर्थ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

उदाहरणे : এদিনত আঠটা প্রহৰ থাকে

समानार्थी : দিন, দিৱস

अर्थ : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন

उदाहरणे : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো

समानार्थी : তাং, তাৰিখ, দিনাংক

चौपाल