अर्थ : যিটো আছে তাক বাদ দি
उदाहरणे :
জ্বৰতো আছিলেই, তাৰোপৰি পেটটো বিষো হʼবলৈ ধৰিলে
समानार्थी : তাৰ বাহিৰেও
अर्थ : কোনো কথা বা কামৰ বাহিৰেও
उदाहरणे :
এফালে ভুল কৰিবি তাৰোপৰি কান্দিবিও এইটো কিবা কথা হʼল !
समानार्थी : তদুপৰি