पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তাল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তাল   বিশেষ্য

अर्थ : কাঁইটীয়া বৃক্ষৰ পৰা পোৱা এবিধ গোল ডাঙৰ ফল যাৰ সাৰভাগ কোমল হয়

उदाहरणे : বেলৰ চৰবত পেটৰ বাবে উপকাৰী

समानार्थी : বিল্ব, বেল, শ্রীফল

अर्थ : শাখা-প্রশাখাহীন স্তম্ভৰ দৰে থকা চিধা ওপৰলৈ বাঢ়ি যোৱা আৰু আগ অংশত ডাঙৰ ডাঙৰ পাত থকা এবিধ গছ

उदाहरणे : তেওঁ ্ তাল গছৰ পৰা তাড়ি পানী উলিয়াইছে

समानार्थी : তাল গছ

अर्थ : নচা-গোৱা, বজোৱা আদিত তাৰ সময় আৰু ক্রিয়াৰ পৰিমাণ ঠিক ৰখাৰ এক উপকৰণ

उदाहरणे : নর্তকীয়ে বাদকক নৃত্যৰ তাল বুজাই আছেএই ৰাগ তিনি তালৰ

अर्थ : নাম-প্রসঙ্গ, পূজা আদিত বজোৱা মঞ্জিৰাৰ দৰে গোলাকাৰ এবিধ ় কাঁহৰ যুৰীয়া বাদ্য

उदाहरणे : নাম-কী্র্তনত ্ কেইবাযোৰো তাল বজাইছিল

समानार्थी : তূর্য, দামামা

चौपाल