पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তামিল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তামিল   বিশেষ্য

अर्थ : যি লিপিত তামিল ভাষা লিখা হয়

उदाहरणे : তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে

समानार्थी : তামিল লিপি

अर्थ : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা

उदाहरणे : তেওঁলোক দুজনে তামিলত কথা পাতি আছে

समानार्थी : তামিল ভাষা

अर्थ : তামিলনাডুৰ নিবাসী

उदाहरणे : ভালেমান তামিল মোৰ ভাল বন্ধু

তামিল   বিশেষণ

अर्थ : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ

उदाहरणे : তামিল সাহিত্য বহুত উন্নত

अर्थ : তামিলনাডুৰ সৈতে সম্বন্ধ থকা

उदाहरणे : বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে

अर्थ : তামিলনাডুত থকা বা বসতি কৰা

उदाहरणे : তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে

चौपाल