सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু আদিৰ তলৰ অংশ
उदाहरणे : এই বাচনটোৰ তলিত ফুটা আছে
अर्थ : জলাশয়ৰ তলৰ ভূমি
उदाहरणे : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
समानार्थी : তল
अर्थ : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
उदाहरणे : লোটাটোৰ তলিত গেদ জমা হৈছে
अर्थ : কোনো বস্তু আদিৰ তল অংশ
उदाहरणे : তেওঁ গছৰ তলিত বহি আছে
स्थापित करा