अर्थ : তাৰ সমান বা ৰূপৰ
उदाहरणे :
গণেশৰ মূর্তিটোৰ তদনুৰূপ আৰু দহটা মূর্তি সাজি দিয়ক
अर्थ : যিটো হয় বা হৈছে, সেই অনুসৰি বা প্রথমটোৰ অনুসৰি
उदाहरणे :
গুৰুৰ আদেশৰ তদনুৰূপ আদর্শ ্মানি চলা উচিত
समानार्थी : তদনুকূল