अर्थ : পালন-পোষণ কৰা বা আশ্রয়ত ৰখা ব্যক্তি
उदाहरणे :
এই বিদ্যালয়ত কেইবাজনো তত্ত্বাৱধায়ক আছে
अर्थ : যিজন ব্যক্তিৰ অধিকাৰত কোনো ব্যক্তি বা সংস্থাৰ সম্পত্তি আদি সুৰক্ষিতভাৱে থাকে
उदाहरणे :
আমাৰ শিক্ষাগুৰু এই বিদ্যালয়খনৰ তত্ত্বাৱধায়ক
समानार्थी : জিম্মাদাৰ