पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ততালিকে शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ততালিকে   ক্ৰিয়া বিশেষণ

अर्थ : পলম নোহোৱাকৈ কৰা

उदाहरणे : এই কামটো সোনকালে কৰি দিয়া

समानार्थी : খকমককৈ, খচৰাই, খৰকৈ, খৰখেদাকৈ, খৰধৰকৈ, গিৰিসাই, চকুৰ পচাৰতে, চকুৰ পলকতে, টপৰাই, টাপচকৈ, ততাতৈয়াকৈ, ততাভুকুতাকৈ, তাৰাতাৰি, তৰাতৰি, দৰদৰি, নিমিষতে, পটাপট, পলকতে, পাকতে, বেগাই, বেগাবেগিকৈ, বেগেতাই, বেগেতে, লৰা-ঢপৰাকৈ, শীঘ্রে, সটৰাই, সোনকালে, হুৰমূৰকৈ

अर्थ : পলম নকৰাকৈ

उदाहरणे : মায়ে আপোনাক ততালিকে ঘৰলৈ মাতিছে

समानार्थी : তৎক্ষণাৎ

चौपाल