सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বৰ সোনকালে কাম কৰা অৱস্থা, যাক উচিত বুলি ভবা নহয়
उदाहरणे : খৰধৰকৈ কৰা কাম ভাল নহয়
समानार्थी : উৎপাত, খৰধৰ, লৰালৰি, হুৰমূৰ
अर्थ : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা
उदाहरणे : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল
समानार्थी : উথপথপ, খদমদম, গোলমাল
स्थापित करा