अर्थ : দাঁতিত থকা লোক
उदाहरणे :
বানপানীৰ কাৰণে বেছিভাগ দাঁতিয়লীয়া লোক গৃহহাৰা হৈ পৰিল
समानार्थी : কাষৰীয়া, কুলস্থিত, কূলসমী্পৱর্ত্তী, কূ্লৱর্ত্তী, তটবাসী, তী্ৰৱর্ত্তী, তীৰস্থ, তীৰস্থিত, দাঁতিপৰীয়া, দাঁতিয়লীয়া, দাঁতিয়াল, পৰীয়া, সৈকতিত