अर्थ : ঢিলা হোৱা অৱস্থা বা ভাব
उदाहरणे :
নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
समानार्थी : শিথিলতা
अर्थ : যিটো বেছি গাঢ় নহয়
उदाहरणे :
দৈখিনি ঢিলাকৈ বান্ধিলে
अर्थ : ঠেক বা কচি বা টানি নবন্ধা
उदाहरणे :
মোহনে ঢিলা কাপোৰ পিন্ধে
अर्थ : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
उदाहरणे :
ৰছীডাল ঢিলা হৈ গʼল
अर्थ : যিটো ভালদৰে বন্ধা বা লগা নাই
उदाहरणे :
এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে