पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঢালাই কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঢালাই কৰা   ক্ৰিয়া

अर्थ : সাঁচত দিয়া কোনো বস্তুৱে সাঁচৰ দৰে ৰূপ ধাৰণ কৰা কার্য

उदाहरणे : ৰূপ আৰু তামৰ মূর্তিবোৰ সাঁচৰ পৰা উঠোৱা হৈছে আৰু কাঁচৰ মূর্তিবোৰ ঢালাই কৰিবলৈ আছে

अर्थ : কোনো দেৱালৰ মাজত বা কোনো গাঁতৰ আধাৰ বনোৱাৰ কাৰণে বিম দিয়া কাৰ্য

उदाहरणे : বনুৱাই কোঠাটোৰ ঢালাই কৰি আছে

चौपाल