सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
उदाहरणे : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
समानार्थी : আচ্ছাদক, আচ্ছাদন, আৱৰণ, কবচ
अर्थ : যিহৰ দ্বাৰা কোনো বস্তু ঢকা হয়:গাখীৰৰ পাত্রটোৰ ঢাকনিখন মাৰি থোৱা এই দোৱাতটোৰ সাফৰখন ভাঙি থাকিল
उदाहरणे :
समानार्थी : ঢাকন, ঢাকনা, ঢাকোন, সাঁফৰ, সোপা, সোফা
स्थापित करा