पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঢলং-পলং शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঢলং-পলং   বিশেষ্য

अर्थ : ঢলং-পলং কৰা বা অস্থিৰ হোৱা অৱস্থা

उदाहरणे : মোহনৰ ঢলং-পলঙৰ পৰাই গম পোৱা গৈছে যে সি নিচাত আছে

अर्थ : ঢৌৰ দৰে লৰি থকা কার্য ্বা ভাব

उदाहरणे : মই ৰাষ্টাৰ দাঁতিত থিয় হৈ থকা মদাহীটোৱে নিচাত ঢলং-পলং কৰি থকা আৰু সৰি পৰা চাই আছিলোঁ

ঢলং-পলং   বিশেষণ

अर्थ : যি ঢলং-পলং কৰিছে

उदाहरणे : মদাহীটোৱে ঢলং-পলং খোজেৰে গৈ আছে

चौपाल