अर्थ : পানী বা আন কোনো তৰল পদার্থত সম্পূর্ণৰূপে সোমাই যোৱা:ধুমুহাৰ কাৰণেই জাহাজখন পানীত ডুবিল
उदाहरणे :
समानार्थी : বুৰা
अर्थ : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
उदाहरणे :
তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
समानार्थी : নষ্ট হোৱা