अर्थ : কাটাৰত প্রচলিত মুদ্রা
उदाहरणे :
এশ কাটাৰ দিৰাম এক কাটাৰ ৰিয়েলৰ সমান
समानार्थी : কাটাৰ দিৰাম, দিৰাম
अर्थ : ইউনাইটেড আৰব এমিৰেটত চলা মুদ্রা
उदाहरणे :
এক ইউনাইটেড আৰব এমিৰেট ডিৰাম ভাৰতীয় বাৰ টকাৰ সমান
समानार्थी : ইউনাইটেড আৰব এমিৰেট ডিৰাম