पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ডিনাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ডিনাৰ   বিশেষ্য

अर्थ : লিবিয়াত প্রচলিত মুদ্রা

उदाहरणे : তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে

समानार्थी : লিবিয়ান ডিনাৰ

अर्थ : টিউনিছিয়াত প্রচলিত মুদ্রা

उदाहरणे : তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?

समानार्थी : টিউনিছিয়ান ডিনাৰ

अर्थ : আলজেৰিয়াত প্রচলিত মুদ্রা

उदाहरणे : তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে

समानार्थी : আলজেৰিয়ান ডিনাৰ

अर्थ : ইৰাকত প্রচলিত মুদ্রা

उदाहरणे : আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব

समानार्थी : ইৰাকী ডিনাৰ

अर्थ : ইৰাণত প্রচলিত মুদ্রা

उदाहरणे : এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল

समानार्थी : ইৰাণী ডিনাৰ

अर्थ : কুৱেইটত প্রচলিত মুদ্রা

उदाहरणे : আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে

समानार्थी : কুৱেইটী ডিনাৰ

अर्थ : বাহৰেইনত চলা মুদ্রা

उदाहरणे : তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী ডিনাৰ পঠিয়ায়

समानार्थी : বাহৰেইনী ডিনাৰ

अर्थ : জর্দানত প্রচলিত মুদ্রা

उदाहरणे : তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে

समानार्थी : জর্দানিয়ান ডিনাৰ

चौपाल