सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ কোনো অৱয়ব বা অংশ ওচৰে-ওচৰে থাকে বা ইটো-সিটো লগলাগি থাকে
उदाहरणे : চিকাৰ ঘন জংঘলত সোমাই গʼল আৰু চিকাৰী শুদা হাতে উলটি আহিল
समानार्थी : গহন, ঘন
अर्थ : তলৰ পৰা ওপৰলৈকে সমান আকাৰৰ অবয়ব
उदाहरणे : চালত ডাঠ বৰফ জমা হৈছে
समानार्थी : মোটা
स्थापित करा