पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ডাচ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ডাচ   বিশেষ্য

अर्थ : নেদাৰলেণ্ডৰ নিবাসী

उदाहरणे : সেই ওলন্দাজজনক গুপ্ত বিমানৰ দ্বাৰা অনা হৈছিল

समानार्थी : ওলন্দাজ, নেদাৰলেণ্ডবাসী, হলেণ্ডবাসী

अर्थ : নেদাৰলেণ্ডত কোৱা ভাষা

उदाहरणे : ডাচ নেদাৰলেণ্ডৰ বাহিৰেও অন্য দেশতো কোৱা হয়

समानार्थी : ওলন্দাজ ভাষা, ডাচ ভাষা

ডাচ   বিশেষণ

अर्थ : নেদাৰলেণ্ডৰ বা নেদাৰলেণ্ড সম্বন্ধী

उदाहरणे : আমি ডাচ সংগ্রহালয় চাৰলৈ গʼলো

अर्थ : ডাচ ভাষাৰ বা ডাচ ভাষা সম্বন্ধী

उदाहरणे : তেওঁৰ ্ডাচ ৰচনাবোৰক সুৰক্ষিতকৈ ৰখা হৈছে

चौपाल