सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
उदाहरणे : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
समानार्थी : মহান
अर्थ : যি বয়সত ডাঙৰ
उदाहरणे : ৰাম দশৰথৰ জ্যেষ্ঠ পুত্র আছিল
समानार्थी : জ্যেষ্ঠ
अर्थ : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত
उदाहरणे : এই পায়জামাটো বহুত দীঘল
समानार्थी : দীঘল, লম্বা
अर्थ : বহুত ডাঙৰ
उदाहरणे : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
समानार्थी : প্রভূত, বিপুল, বিৰাট, বৃহৎ
अर्थ : বহুত গভীৰ পৰিণতিযুক্ত
उदाहरणे : হত্যা এক ঘোৰ অপৰাধ
समानार्थी : ঘোৰ, ভীষণ, ভয়ংকৰ
अर्थ : মাত্রা, আকাৰ, বিস্তাৰ আদিত কিহবাৰ তুলনাত অধিক
उदाहरणे : মোৰ ঘৰটো বহুত ডাঙৰ
स्थापित करा