अर्थ : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
उदाहरणे :
ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
अर्थ : বার্মু্দাত প্রচলিত মুদ্রা
उदाहरणे :
তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
समानार्थी : বার্মুদিয়ান ডলাৰ
अर्थ : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
उदाहरणे :
মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
समानार्थी : অষ্ট্রেলিয়ান ডলাৰ
अर्थ : আমেৰিকাত প্রচলিত মুদ্রা
उदाहरणे :
এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
समानार्थी : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
अर्थ : বাহামাত চলা মুদ্রা
उदाहरणे :
এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
समानार्थी : বাহামিয়ান ডলাৰ