सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো দৃঢ় নহয়
उदाहरणे : থুনুকা বস্তু সহজে ভাগে
समानार्थी : অদৃঢ়, অশক্ত, চনকা, চনচনীয়া, ঠনঠনীয়া, ভংগুৰ
अर्थ : যাক ভাঙিব পাৰি
उदाहरणे : সীতাৰ সয়ম্বৰত ৰামে ভঞ্জনীয় ধনু দাঙি ভাঙি পেলালে
समानार्थी : ভঙ্গুৰ, ভঞ্জনশীল, ভঞ্জনীয়
स्थापित करा