अर्थ : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া
उदाहरणे :
ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে
समानार्थी : বাতা, মেৰামতি কৰা
अर्थ : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য
उदाहरणे :
শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে
समानार्थी : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা
अर्थ : ভাড়াত কোনো যান-বাহন আদি লোৱা
उदाहरणे :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
समानार्थी : লোৱা
अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
उदाहरणे :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
समानार्थी : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা
अर्थ : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা
उदाहरणे :
তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে