सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
उदाहरणे : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
समानार्थी : আনন, গঢ়, চেহেৰা, বদন, মুখ, ৰূপ
अर्थ : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
उदाहरणे : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
समानार्थी : প্রবঞ্চক, প্রৱঞ্চক
अर्थ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
उदाहरणे : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
समानार्थी : ধূর্ত, প্রতাৰক, প্রৱঞ্চক, ্ছলনাকাৰী
स्थापित करा