अर्थ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
उदाहरणे :
তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
समानार्थी : নোট
अर्थ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
उदाहरणे :
নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
समानार्थी : নোট