पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील টেপ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

টেপ   বিশেষ্য

अर्थ : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়

उदाहरणे : তেওঁ দিনৰ দিনটো টেপ শুনি থাকে

समानार्थी : টেপ-ৰেকর্ডাৰ

अर्थ : দূৰত্ব জোখা এক মাপক

उदाहरणे : তেওঁ ফিটাৰে পথটো জুখি আছে

समानार्थी : ফিটা

अर्थ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে

उदाहरणे : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই

समानार्थी : নলী, পানী-নলী

अर्थ : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে

उदाहरणे : মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে

समानार्थी : কেছেট

अर्थ : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য

उदाहरणे : তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে

चौपाल