सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বেপাৰ-বণিজ বা কোনো কাম আদিত হোৱা আয়
उदाहरणे : তেওঁ ্ কাপোৰৰ ব্যৱসায়ত খুউব লাভ কৰিছে মিছা কথা কৈ মোৰ কি লাভ হʼব
समानार्थी : তিফাইত, ফইদা, ফয়দা, মুনাফা, লাভ
अर्थ : তাচৰ এখিলা পাত
उदाहरणे : তাচ খেলত প্রত্যেক ৰঙৰ এটাকৈ টিক্কা থাকে
समानार्थी : ইক্কা, টিকা, টিক্কা, টেকা
स्थापित करा