सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
उदाहरणे : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
समानार्थी : ছিঙা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
अर्थ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
उदाहरणे : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
समानार्थी : ভঙা
स्थापित करा