पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील টুকুৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

টুকুৰা   বিশেষ্য

अर्थ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

उदाहरणे : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

समानार्थी : খণ্ড, পীচ

अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

उदाहरणे : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

समानार्थी : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ

अर्थ : যিকোনো বস্তুৰ গোটা টুকুৰা

उदाहरणे : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

समानार्थी : খণ্ড

अर्थ : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু

उदाहरणे : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে

अर्थ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

उदाहरणे : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

समानार्थी : খণ্ড, ভাগ

चौपाल