पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील টীকা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

টীকা   বিশেষ্য

अर्थ : কোনো ৰোগ প্রতিৰোধ কৰিবৰ কাৰণে সেই ৰোগৰ বীজাণুৰ জুলীয়া অংশ বেজিৰ দ্বাৰা সুমুৱাই দিয়া কার্য

उदाहरणे : কিছুমান মৃত্যু ঘটোৱা ৰোগৰ পৰা বাচিবৰ কাৰণে লʼৰা-ছোৱালীবোৰক টীকাকৰণ কৰা হয়

समानार्थी : টীকাকৰণ

अर्थ : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা

उदाहरणे : এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে

समानार्थी : টিপ্পনী

अर्थ : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ

उदाहरणे : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে

समानार्थी : টিপ্পনী, টীকা-টিপ্পনী

चौपाल