अर्थ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
उदाहरणे :
তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
समानार्थी : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
अर्थ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
उदाहरणे :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
समानार्थी : চলা