अर्थ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
उदाहरणे :
মোৰ ডিঙিটো টানি ধৰিছে
समानार्थी : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
अर्थ : অনুচিতভাৱে লোৱা
उदाहरणे :
মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
समानार्थी : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা