सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
उदाहरणे : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
समानार्थी : অনুৰাগ, আসক্তি, জেদ, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
अर्थ : আসক্ত হোৱা ক্রিয়া বা ভাব
उदाहरणे : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল
समानार्थी : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ
अर्थ : যিটো মোলায়েম নহয়
उदाहरणे : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল
समानार्थी : কঠিন, ্কর্কৰীয়া
अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
उदाहरणे : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
समानार्थी : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, দুষ্কৰ, দুৰূহ, সুকঠিন
अर्थ : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ
उदाहरणे :
समानार्थी : উগ্র, কঠোৰ, কর্কশ, হুঁ়টা
अर्थ : যিটো শুনাত খহটা
उदाहरणे : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়
समानार्थी : কঠিন, কঠুৱা, কর্কশ, হুঁট্া, ্কালনজীয়া
अर्थ : যিটো সোনকালে বুজি পোৱা নাযায়
उदाहरणे : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
समानार्थी : অবোধগম্য, কঠিন, দুৰূহ
स्थापित करा