पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील টাটক-নাটক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

টাটক-নাটক   বিশেষ্য

अर्थ : ভেল্কীবাজিৰ কাম

उदाहरणे : তেওঁৰ ভেল্কীবাজি চোৱাত সকলো মছগুল আছিল

समानार्थी : ইন্দ্রজাল, ভেলেকিবাজি, ভেল্কীবাজি

अर्थ : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম

उदाहरणे : আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে

समानार्थी : ইন্দ্রজালবিদ্যা, কুহক, কুহকবিদ্যা, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু, যাদু-মন্ত্র, যাদুবিদ্যা

चौपाल