अर्थ : তলৰ ফাললৈ টনা বা বগৰাই পেলোৱা কার্য
उदाहरणे :
কিছুমান মানুহে টনা-আঁজোৰা কৰিয়েই সুখ পায়
अर्थ : কোনোৰ বস্তুৰ অপকাৰ সাধন হোৱাকৈ নিজৰ স্থানৰ পৰা আঁতৰোৱা বা কোনো ভঙা-গঢ়াৰ কার্য ্কৰা
उदाहरणे :
ইয়াত ৰখা বস্তুবোৰৰ লগত টনা-আঁজোৰা নকৰিবা
समानार्थी : কঢ়া-আঁজোৰা