अर्थ : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য
उदाहरणे :
টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে
अर्थ : টনা কার্য ্বা ভাব
उदाहरणे :
অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল
अर्थ : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য
उदाहरणे :
ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে
समानार्थी : টানি উলিওৱা
अर्थ : ঘঁহনি খাই যোৱাকৈ টনা কার্য
उदाहरणे :
তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে
अर्थ : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা
उदाहरणे :
মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে
अर्थ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
उदाहरणे :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
समानार्थी : চৰোৱা
अर्थ : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য
उदाहरणे :
এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো
अर्थ : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা
उदाहरणे :
চিকাৰীয়ে ধনুৰ গুণ টানিছে
समानार्थी : কচা, টানি বন্ধা
अर्थ : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা
उदाहरणे :
চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে
समानार्थी : খন্দা