अर्थ : ভাৰতত প্রচলিত মুদ্রা
उदाहरणे :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
समानार्थी : ভাৰতীয় টকা, ৰুপিয়া, ৰুপী
अर्थ : ভাৰত, পাকিস্তান আদি দেশত প্রচলিত মুদ্রা বিশেষ
उदाहरणे :
টকাৰ মূল্য আন্তর্ৰাষ্ট্রীয় ্পর্যায়ত দিনে দিনে কমি অহা দেখা গৈছে
अर्थ : ভাৰতত প্রচলিত এটা মোহৰ যাৰ পৰিমাণ এসময়ত প্রচলিত ষোল্ল অনাৰ সৈতে সমান
उदाहरणे :
ককা-দেউতাৰ ওচৰত বিভিন্ন ধৰণৰ টকা আছে