सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনৰ মূৰ চুলি সৰি গৈছে
उदाहरणे : চার্কাচত এটা টকলাই সকলোকে আনন্দ দি আছিল
समानार्थी : তপা
अर्थ : যাৰ মূৰত চুলি নাই
उदाहरणे : তেওঁ ্তপা ব্যক্তিজনৰ মূৰত বাৰে-বাৰে মৰিয়াই আছে
समानार्थी : টকলামূৰা, তপা, তপামূড়া, তপামূৰা, তাপলীয়া, ধোৱা-মূলা, লঠৰু
अर्थ : যাৰ মূৰৰ চুলি সৰি গৈছে
उदाहरणे : কিছুমান তপা ব্যক্তিয়ে উইগ পৰিধান কৰে
स्थापित करा