अर्थ : অতি বেগেৰে অহা বতাহ যাৰ বাবে চাৰিওফালে ধূলি উৰি আন্ধাৰে আৱৰি ধৰে
उदाहरणे :
ধুমুহা-বতাহে মোৰ ঘৰৰ চালিখন উৰাই নিলে
समानार्थी : চাচি, ধুমুহা-বতাহবানাহ
अर्थ : তীব্রবেগী ধুমুহা
उदाहरणे :
কালি অহা ধুমুহা-বতাহত কিমানযে জুপুৰী উছন হʼল
समानार्थी : ধুমুহা-বতাহ