अर्थ : কোনো বিষয়া বা ৰাজ্যৰ দ্বাৰা শাস্তি স্বৰূপে কোনো অপৰাধীৰ সম্পত্তিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা কার্য
उदाहरणे :
লালা দদাইদেউৰ সকলো সম্পত্তি জ্্ব্দ কৰিলে
समानार्थी : বাজেয়াপ্ত
अर्थ : হেৰোৱা, চুৰি হোৱা বা নোপোৱা কোনো বস্তু আদি কʼৰবাৰ পৰা বিচাৰি উলিওৱা
उदाहरणे :
গাঁওবুঢ়াৰ ঘৰৰ পৰা পুলিচে চুৰি মাল জ্্ব্দ কৰিলে